বত্ৰিশ পুতলা

সাধু-32. উন্মাদিনী
বত্রিশতম দিনৰ দিনা পুনৰ যেতিয়া ৰজা সিংহাসন আৰহন কৰিম বুলি প্রথমটো খােজ পেলালে তেতিয়া লগে-লগে উন্মােদিনী নামৰ পুতলাটো জীৱন্ত হৈ উঠিল। এ...
সাধু-31. কাম ৰসিকা
আগৰ দৰে এই বাৰাে ৰজা ভােজ বিফল হ’ল। তেওঁ সিংহাসনত উঠিব বিচাৰি ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে পুতলা ৰূপী কামৰসিকাই এটা নতুন কাহিনী লৈ...
পৰিচয় - বত্ৰিশ পুতলাৰ সাধু
ইয়াত উল্লেখিত পুতলাবােৰ, সিহঁত পূর্বতে গন্ধর্ব ৰজাৰ একাংশ ৰাজকুঁৱৰী আছিল। নৃত্য-গীতত সুনিপুণা এই গন্ধর্ব ৰাজকুঁৱৰীবােৰ বৰ ধুনীয়া আছিল। ...
সাধু-1 মিত্রকেশী
মহাৰাজ ভােজে সিংহাসন আৰােহণ কৰাৰ উদ্দেশ্যে খােজ দিব ধৰােতে তেওঁৰ খােজগৈ প্রথম পুতলাটোৰ মুৰত পৰিল। ৰজাৰ চৰণৰ স্পৰ্শ পৰাৰ লগে-লগে সেই পুতল...
সাধু-2. প্রভাৱতী
প্রথম দিনাৰ দৰে দ্বিতীয় দিনাও ভােজৰজাই সিংহাসন আৰােহণ কৰিবলৈ আহি ভৰি দিওতে দ্বিতীয় পুতলাটোৰ মূৰত ভৰি পৰিল। সেইবাৰাে দ্বিতীয় পুতলাটো জ...
সাধু-3 সুপ্রভা
তৃতীয় দিনাও একেই ঘটনা ঘটিল। ৰজাই যেতিয়া সিংহাসনত বহিবলৈ ভৰিখন আগবঢ়ালে, তেতিয়া ভৰিখন তৃতীয় গৰাকী পুতলাৰ মূৰত পৰিল। পুতলাগৰাকীৰ নাম আ...
সাধু-4 ইন্দ্ৰসেনা
চতুর্থ দিনাও ৰজাই যেতিয়া সিংহাসনত বহিবলৈ আয়ােজন কৰিছিল তেতিয়া ভৰিৰ স্পৰ্শত চতুর্থ পুতলা ইন্দ্রসেনা জীৱন্ত হৈ উঠে। ইয়াৰ পিছত ইন্দ্রসে...
সাধু-5 সুদতী
পঞ্চমদিনা পুনৰ ৰজা ভােজে সিংহাসন আৰােহন কৰিবৰ উদ্দেশ্যে খােজ দিওতে সুদতী নামৰ পুতলাটোৰ দেহত চৰণ স্পর্শ হ’ল। লগে-লগে পুতলাটো জীৱন্ত...
সাধু-6 অনংগনয়না
ষষ্ঠদিনা ৰজা ভােজে যেতিয়া সিংহাসনত বহিবলৈ আগবাঢ়িছিল সেই দিনাও ৰজাৰ ভৰিৰ স্পৰ্শত ষষ্ঠ পুতলাৰূপী অনংগনয়না নামৰ গন্ধর্ব কন্যাই মাত লগালে...

সাধু-7 কুৰংগনয়না
পিছ দিনাখন পুনৰ ৰজা ভােজে সিংহাখনত বহিম বুলি ভৰিখন আগবঢ়ালে। সেই দিনাও সপ্তমগৰাকী পুতলাই ৰজাক বাধা প্রদান কৰি ক'লে, হে মহাৰাজ, সিংহা...

সাধু-8 লাৱণ্যৱতী
অলৌকিক সিংহাসনৰ লােভে পুনৰ ৰজাক সিংহাসনৰ ওচৰলৈ টানি আনিছিল। সিংহাসনত বহিবৰ আয়ােজন কৰাৰ লগে-লগে পুনৰ আঠ নম্বৰ পুতলা লাৱণ্যৱতী ৰজা ভােজক ...

সাধু-9 কাম কলিকা
নৱমদিনাও একে ঘটনা ঘটিল। ৰজাক কামকলিকা নামৰ পুতলাই ক'লে, আপুনি সিংহাসন আৰােহন কৰাৰ পূর্বে মই ক'ব বিচৰা কাহিনীটো শুনক।
ৰ...
Read Story →
সাধু-10 চণ্ডিকা
দশমদিনাও ভােজৰজা ব্যর্থ হ’ল। কাৰণ দশম পুতলা চণ্ডিকাই অন্য এটা কাহিনী ক’বলৈ জীৱন্ত সাজেৰে ৰজাৰ সন্মুখত উপস্থিত হ’ল। তেও...

সাধু-11 বিদ্যাধৰী
এইবাৰাে ৰজা ভােজে এনে ধৰণৰ আদৰ্শৰ সন্মুখিন হ'ল। ৰাজসিংহাসনত ভৰি থওতে বিদ্যাধৰী নামৰ পুতলাটো জীৱিত হৈ উঠিল আৰু ৰজাক সিংহাসনত বহাৰ পূর...

সাধু-12 প্রজ্ঞাৱতী
বাৰ দিনৰ মূৰত পুনৰ ৰজা ভােজ সিংহাসনৰ ওচৰলৈ আহি প্ৰজ্ঞাৱতী নামৰ পুতলাটোৰ বাধাৰ সন্মুখিন হ’ল। পুতলাটোৱে ৰজাক ক'লে, মহাৰাজ, সিংহা...

সাধু-13. জনমােহিনী
পিছদিনা পুনৰ ৰজা ভােজে সিংহাসন অধিগ্রহণৰ অৰ্থে নিজৰ ভৰি খন আগবঢ়াই দিয়ে। এইবাৰাে জনমােহিনী নামৰ পুতলাটোৱে বাধা দি ৰজাক অন্য এটা কাহিনী ...

সাধু-14 বিদ্যাৱতী
চতুর্দশ দিনাখন ৰজা ভােজে যেতিয়া সিংহাসনত বহিম বুলি আগবাঢ়িল। তেতিয়াই বিদ্যাৱতী নামৰ পুতলাটো জাগ্ৰত হৈ ৰজাক ক'লে- মহাৰাজ, সিংহাসনত ...

সাধু-15 নিৰুপমা
পিছদিনা আকৌ ৰজা ভােজে সিংহাসনত বহাৰ উদ্দ্যেশে উপস্থিত হ’ল আৰু সিংহাসনত উঠাৰ মানসেৰে ভৰিখন আগবঢ়াই দিলে। লগে-লগে নিৰুপমা নামৰ পুতলা...

সাধু-16 হৰিমধ্যা
ষােল্লদিনৰ দিনা পুনৰ ৰজা ভােজ সিংহাসনৰ ওচৰত উপস্থিত হৈ ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে হৰিমধ্যা নামৰ পুতলাটো জীৱিত হৈ উঠিল আৰু ৰজাক বাধা দি...

সাধু-17 মদন সুন্দৰী
সােতৰ সংখ্যক দিনাখন পুনৰ ৰজা ভােজে সিংহাসন আৰােহন কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল। প্ৰথমটো খােজ দিয়াৰ লগে-লগে মদন সুন্দৰী নামৰ পুতলা গৰাকী ...

সাধু-18 বিলাসৰসিকা
১৮ সংখ্যক দিনৰ দিনাও ৰজা বিফল হ’ল। এই বাৰাে ১৮ সংখ্যক পুতলাটোৱে এটা নতুন কাহিনী লৈ তেওঁৰ সন্মুখত উপস্থিত হল। পুতলাটোৱে এইদৰে কাহিন...

সাধু-19 শৃংগাৰ কলিকা
সম্পূর্ণ ঊনৈশ দিনৰ মূৰত মহাৰাজ ভােজ পুনৰ আহি সেই বিচিত্র সিংহাসনৰ সন্মুখত উপস্থিত হ’ল। তাৰ পিছত তেওঁ সিংহাসনত বহিবলৈ আয়ােজন কৰি প...

সাধু-20 মন্মথ সঞ্জীৱনী
ৰজাভােজে পুনৰ সিংহাসন অধিগ্রহণ কৰিবলৈ আহি একেখিনি কথাৰ সন্মুখিন হ’ল। মন্মথ সঞ্জীৱনী নামৰ পুতলা এটাই জীৱন্ত হৈ ৰজাক ক'লে, হে ৰা...

সাধু-21 ৰতি লীলা
ৰজাভােজে আশা বাদ দিয়া নাছিল। তেওঁ পুনৰ সিংহাসন অধিগ্রহণ কৰাৰ উদ্দেশ্যে উপস্থিত হ’ল আৰু এখোঁজ আগবঢ়াই দিলে। লগে-লগে ৰতিলীলা নামৰ প...

সাধু-22 মদনৱতী
২২ তম দিনৰ দিনা আকৌ ৰজা ভােজে সিংহাসনত বহিবৰ উদ্দেশ্যে উপস্থিত হ'ল। সেই বাৰো পুতলাৰূপী মদনৱতীয়ে ক'লে, হে ৰজা, ধৈর্য ধৰক ! মই আপ...

সাধু-23 চিত্ৰৰেখা
তেইশতম দিনৰ দিনা পুনৰ ভােজ ৰজাই সিংহাসন আৰােহণ কৰিম বুলি গৈ থমকি ৰ’ল। কিয়নাে ৰাজ সিংহাসনত প্ৰথমটো খােজ দিব ওলাওতে চিত্ৰৰেখা নামৰ ...

সাধু-24 সুৰত গহ্বৰা
ইয়াৰ পিছত পুনৰ ৰজাভােজে ৰাজসিংহাসন অধিগ্রহণৰ উদ্দেশ্যে সিংহাসনৰ ওচৰত উপস্থিত হৈ প্রথম খােজটো আগবঢ়াই দিলে। লগে-লগে সুৰত গহ্বৰা নামৰ পুত...

সাধু-25 প্রিয় দর্শনা
সম্পূর্ণ ২৫ দিনৰ দিনা পুনৰ ৰজা ভােজ সিংহাসনত বহাৰ আশাৰে আহি তাত উপস্থিত হয়। ৰজা ভােজে তেওঁৰ ভৰিখন দিব খােজোতে সিংহাসনৰ পৰা জীৱন্তৰূপত ও...

সাধু-26 কামােন্মাদিনী
পিছৰ দিনাও ৰজা ভােজে সিংহাসন আৰােহন কৰিম বুলি আহি ব্যর্থ হ’ল। কাৰণ সিংহাসনত খােজ দিয়াৰ লগে-লগে কামােন্মাদিনী নামৰ পুতলাটোৱে জীৱিত...

সাধু-27 সুখ সাগৰা
সাতাইছ দিনৰ দিনাও ৰজা ভােজ ব্যর্থ হ’ল। প্রথমটো খােজ আগবঢ়াই দিয়াৰ লগে-লগে সুখসাগৰা নামৰ পুতলাটোৱে এটা নতুন কাহিনীলৈ ৰজাৰ আগত উপস্...

সাধু-28 শশীকলা
এইবাৰাে ৰজা একে বাধাৰ সন্মুখিন হ’ল। শশীকলা নামৰ অন্য এগৰাকী পুতলাই ৰাজ সিংহাসনৰ পৰা জীৱন্ত হৈ ৰজাক ক'লে, হে ৰাজন, সিংহাসনত বহা...

সাধু-29 চন্দ্ৰৰেখা
২৯ তম সংখ্যক দিনৰ দিনা পুনৰ ৰজাভােজ সেই স্থানত উপস্থিত হৈ সিংহাসনত উঠিম বুলি এখােজ আগবঢ়াই দিলে। লগে-লগে চন্দ্ৰৰেখা নামৰ পুতলাটোৱে ৰজাক ...

সাধু-30 হংস গামিনী
ৰজাভােজে তেওঁৰ প্রচেষ্টা অব্যহত ৰাখিছিল। এইবাৰাে তেওঁ সিংহাসনত উঠিবলৈ আহি ব্যর্থ হ’ল। প্রথমটো খােজ দিয়াৰ লগে-লগে হংস গামিনী নামৰ ...