বীৰবলৰ সাধু

Assamese Stories Android App Download App
পৰিচয় - বীৰবলৰ সাধু

পৰিচয় - বীৰবলৰ সাধু

  ভাৰতৰ বাদছাহ তেতিয়া আকবৰ। এদিন গৰমৰ দিনত আকবৰে সৈন্য সামন্ত লৈ হাবিত চিকাৰ কৰি ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰােতে তেওঁৰ পিয়াহত অণ্ঠ কণ...

July 26, 2020 614 views
Read Story →
আকবৰ আৰু এটুকুৰা কাপোৰ - বীৰবলৰ সাধু

আকবৰ আৰু এটুকুৰা কাপোৰ - বীৰবলৰ সাধু

  এদিনাখন সম্রাট আকবৰে দুই হাত দীঘল আৰু দুই হাত বহল এটুকুৰা কাপােৰ দৰবাৰৰ সকলােকে দেখুৱাই কলে - মই ইয়াতে শুম আৰু এই কাপােৰ টুকুৰাৰে মােক ভ...

July 26, 2020 493 views
Read Story →
বীৰবল আৰু পগলা হাতী - বীৰবলৰ সাধু

বীৰবল আৰু পগলা হাতী - বীৰবলৰ সাধু

বাদছাহ আকবৰৰ হাতীশালৰ এটা হাতী এদিন পাগল হ’ল। পগলা হাতীটোৱে হাতীশালৰ দুৱাৰ ভাঙি পথত ইফালে সিফালে ঘূৰি ফুৰিব ধৰিলে। পথৰ দুয়ােফালৰ মানুহবােৰ...

July 26, 2020 413 views
Read Story →
দিনৰ পোহৰত নেদেখা বস্তু - বীৰবলৰ সাধু

দিনৰ পোহৰত নেদেখা বস্তু - বীৰবলৰ সাধু

  আকবৰ বাদছাহৰ দৰবাৰ চলি আছিল। দৰবাৰত সেইদিনা আকবৰে জানিব বিচাৰিলে – “দিনৰ পােহৰত কি বস্তু নেদেখি, এই কথা আপােনালোকৰ কোনােবাই ক...

July 26, 2020 401 views
Read Story →
আকবৰ আৰু সাধু - বীৰবলৰ সাধু

আকবৰ আৰু সাধু - বীৰবলৰ সাধু

  আকবৰৰ দৰবাৰ চলি থকা অৱস্থাত দাৰৰক্ষীয়ে আহি খবৰ দিলে– “দৰবাৰৰ প্ৰৱেশ পথত এজন সাধু বহি আছে। সাধুই কথা নকয়। কি বিচাৰে, কাৰ লগত...

July 26, 2020 394 views
Read Story →
দুখীয়া গায়ক আৰু তেওঁৰ পুৰস্কাৰ - বীৰবলৰ সাধু

দুখীয়া গায়ক আৰু তেওঁৰ পুৰস্কাৰ - বীৰবলৰ সাধু

এদিন এজন দুখীয়া গায়ক পুৰস্কাৰৰ আশাত আকবৰৰ দৰবাৰলৈ আহিল। আকবৰে গান বাজনা ভাল পাইছিল। দুখীয়া গায়কজনক আকবৰে গান গাবলৈ অনুমতি দিলে। গায়কজনেও গান...

July 26, 2020 313 views
Read Story →
জন্তুৰ বোজা - বীৰবলৰ সাধু

জন্তুৰ বোজা - বীৰবলৰ সাধু

এবাৰ সম্রাট আকবৰে জানিব পাৰিলে যে বীৰবলৰ নিজা মাটি নাই। সেইবাবে আকবৰে ক'লে – “বীৰবল, মই তােমাক মাটি দান কৰিম। সেই মাটিৰ তুমি কোনাে ...

July 26, 2020 319 views
Read Story →
বীৰবল আৰু সৎ ব্যক্তি - বীৰবলৰ সাধু

বীৰবল আৰু সৎ ব্যক্তি - বীৰবলৰ সাধু

আকবৰৰ ৰাজ্যত এজন অতি সৎ ব্যক্তি আছিল। মানুহজন কিন্তু দুখীয়া আছিল। তথাপি কেতিয়াও মিছা কথা নকয় বুলি সকলােৱে জানিছিল। এদিন এই সৎ ব্যক্তিজনৰ ওচ...

July 26, 2020 384 views
Read Story →
শিক্ষকৰ বেতন - বীৰবলৰ সাধু

শিক্ষকৰ বেতন - বীৰবলৰ সাধু

  এদিন ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ওলাই গৈ বীৰবল উপস্থিত হ’ল এজন ধনী সদাগৰৰ ঘৰত। টকা-পইচা খৰচৰ ক্ষেত্ৰত সদাগৰ আছিল বৰ হিচাবী। তদুপৰি বহুত ...

July 26, 2020 336 views
Read Story →
আকবৰৰ দাঢ়িৰ সংখ্যা - বীৰবলৰ সাধু

আকবৰৰ দাঢ়িৰ সংখ্যা - বীৰবলৰ সাধু

  এদিন বীৰবলক সম্রাট আকবৰে সুধিলে– “বীৰবল তােমাৰ পৰিবাৰৰ হাতত কেইডাল চুৰী আছে কোৱাচোন। সঠিককৈ কব পাৰিলেহে পুৰস্কাৰ পাবা।”...

July 26, 2020 347 views
Read Story →
আকবৰৰ প্ৰশ্ন - বীৰবলৰ সাধু

আকবৰৰ প্ৰশ্ন - বীৰবলৰ সাধু

  বাদছাহ আকবৰে সময় আৰু সুযােগ পালেই বীৰবলক কঠিন প্রশ্ন সুধি ব্যতিব্যস্ত কৰিব খােজে। কিন্তু প্রখৰ বুদ্ধিৰ বীৰবলে মুহূর্ততে সেই প্রশ্নৰ শুদ্...

July 26, 2020 325 views
Read Story →
আকবৰ আৰু আম - বীৰবলৰ সাধু

আকবৰ আৰু আম - বীৰবলৰ সাধু

  বাদছাহ আকবৰৰ আম অতি প্রিয় খাদ্য। এদিন আকবৰ আৰু বেগম একেলগে বহি আম খাই আছিল। দুয়ােৰে সমুখত আমেৰে ভৰা এটা খৰাহি আৰু আম খাই বাকলি, আমঠু পে...

July 26, 2020 384 views
Read Story →
বীৰবল আৰু চোৰ - বীৰবলৰ সাধু

বীৰবল আৰু চোৰ - বীৰবলৰ সাধু

  ৰান্ধনিঘৰত এদিন ৰাতি বীৰবলে ভাত খােৱাৰ আগতে মজিয়াত দেখিলে এটা বৃশ্চিক। ৰাতি তাক মাৰিবলৈ কোনাে যত্ন নকৰি বীৰবলে এটা ডাঙৰ পিতলৰ বাতিৰে বৃশ...

July 26, 2020 332 views
Read Story →
আকবৰ আৰু দুখীয়া গায়কৰ পাৰ্থক্য - বীৰবলৰ সাধু

আকবৰ আৰু দুখীয়া গায়কৰ পাৰ্থক্য - বীৰবলৰ সাধু

  দৌলত নামেৰে এজন গায়ক আছিল। সি আছিল অন্ধ। কপালত আছিল এটা কটা দাগ। তাৰ ঘৰ নাই, নাই কোনাে পৰিয়াল। পথৰ কাষৰ এডাল বিৰাট বট গছৰ তলত থাকে। গছৰ...

July 26, 2020 267 views
Read Story →
আকবৰৰ আঙঠি চোৰ - বীৰবলৰ সাধু

আকবৰৰ আঙঠি চোৰ - বীৰবলৰ সাধু

  এবাৰ বাদছাহ আকবৰৰ হীৰাৰ আঙঠি এটা হেৰাল। আঙঠিটো আঙুলিৰ জোখতকৈ অলপ ডাঙৰ আছিল। সেয়ে হয়তাে সুলকি পৰিল। চাকৰ বাকৰ সকলােকে আঙঠিটোৰ কথা সােধা ...

July 26, 2020 314 views
Read Story →
মতা কুকুৰাৰ কণী - বীৰবলৰ সাধু

মতা কুকুৰাৰ কণী - বীৰবলৰ সাধু

  প্রশ্ন সুধি বলে নােৱাৰি আকবৰে বীৰবলক মূৰ্খ বনাবলৈ এদিন এক অভিনৱ বুদ্ধি ভাবি উলিয়ালে। সেইদিনা বীৰবল ৰাজসভালৈ আহােতে পলম হৈছিল। সেই সুযোেগ...

July 26, 2020 319 views
Read Story →
চুটি ৰেখা - বীৰবলৰ সাধু

চুটি ৰেখা - বীৰবলৰ সাধু

দৰবাৰৰ কামকাজ শেষ হােৱাৰ পিছত আকবৰৰ এদিন ধেমালি কৰিবলৈ মন গ'ল। মজিয়াত চক মাটিৰে এডাল সৰলৰেখা টানি আকবৰে ক'লে – “এই ৰেখাডাল য...

July 26, 2020 366 views
Read Story →
আকাশত তৰাৰ সংখ্যা - বীৰবলৰ সাধু

আকাশত তৰাৰ সংখ্যা - বীৰবলৰ সাধু

  বাদছাহ আকবৰৰ দৰবাৰৰ ওচৰতে আছিল এখন বাগান। সেই বাগানত ফুল আৰু ফলৰ গছৰ উপৰিও আছিল নানা ৰকমৰ গছ। মুকলি আকাশৰ তলত গছ-গছনিৰ ছাঁত সেইদিনা বহিছি...

July 26, 2020 317 views
Read Story →
কাউৰীৰ সংখ্যা - বীৰবলৰ সাধু

কাউৰীৰ সংখ্যা - বীৰবলৰ সাধু

প্রাতঃ ভ্ৰমণত আকবৰে সদায় বীৰবলক লগত লৈ যায়। এদিনাখন ফুৰি থাকোতে কাউৰীৰ কা কা চিঞৰ শুনি আকবৰৰ মনত এটা প্রশ্নৰ উদয় হ’ল। সিদিনা দৰবাৰত বহি ...

July 26, 2020 326 views
Read Story →
নিখুঁত ছবি - বীৰবলৰ সাধু

নিখুঁত ছবি - বীৰবলৰ সাধু

  দিল্লীৰ এজন চিত্ৰকৰে খুব ভাল ছবি আঁকিছিল। তেওঁৰ ছবিয়ে সকলােকে মােহিত কৰিছিল। কাৰণ ছবিবােৰ আছিল নিখুঁট। সেইবাবে বহুত দাম দিও বহুত মানুহে ...

July 26, 2020 273 views
Read Story →
মহাজন আৰু কবি - বীৰবলৰ সাধু

মহাজন আৰু কবি - বীৰবলৰ সাধু

  দুখীয়া কবি এজনক এদিন এজন সুদখােৰ মহাজনে ঘৰলৈ মাতি আনি কবিতা শুনাবলৈ ক'লে। কবিয়ে কবিতাৰ আদৰ কৰা দেখি আনন্দিত হ’ল আৰু মহাজনক এট...

July 26, 2020 262 views
Read Story →
আটাইতকৈ ডাঙৰ - বীৰবলৰ সাধু

আটাইতকৈ ডাঙৰ - বীৰবলৰ সাধু

বাদছাহ আকবৰ আৰু বীৰবল এদিন সান্ধ্য ভ্ৰমণত ব্যস্ত আছিল। সেই সময়তে আকবৰে বীৰবলক প্রশ্ন কৰিলে– “পৃথিৱীত বাৰু আটাইতকৈ ডাঙৰ কোন?” ...

July 26, 2020 291 views
Read Story →
কৃতজ্ঞ আৰু কৃতঘ্ন - বীৰবলৰ সাধু

কৃতজ্ঞ আৰু কৃতঘ্ন - বীৰবলৰ সাধু

এদিনৰ কথা। আকবৰে বীৰবলক সুধিলে – “সংসাৰত আটাইতকৈ কৃতজ্ঞ আৰু কৃতঘ্ন কোন?” বীৰবলে ক'লে – “জাহাপনা, আজি উত্তৰ ন...

July 26, 2020 278 views
Read Story →
মালিক আৰু ভৃত্য - বীৰবলৰ সাধু

মালিক আৰু ভৃত্য - বীৰবলৰ সাধু

এবাৰৰ কথা। দুজন মানুহৰ সমস্যাৰ সমাধান কৰিব নােৱাৰি কাজী চাহাবে সিহঁতক আকবৰৰ দৰবাৰলৈ পঠিয়ালে। দৰবাৰত মানুহ দুজনক এজন এজনকৈ সিহঁতৰ সমস্যাৰ কথা কবল...

July 26, 2020 288 views
Read Story →
ধঁপাত নোখোৱা গাধ - বীৰবলৰ সাধু

ধঁপাত নোখোৱা গাধ - বীৰবলৰ সাধু

সম্রাট আকবৰে প্রাতঃভ্রমণত যাওতে সদায় বীৰবলক লগত লৈ যায়। গৈ থাকোতে বাটত আকবৰে বীৰবলক নানান প্রশ্ন সােধে। সকলাে প্রশ্নৰে উত্তৰ বীৰবলে দিয়ে। আকবৰ...

July 26, 2020 305 views
Read Story →
মূৰ্খৰ তালিকা - বীৰবলৰ সাধু

মূৰ্খৰ তালিকা - বীৰবলৰ সাধু

এবাৰ এজন অচিনাকি বেপাৰীয়ে কেইটামান ঘোঁৰা বিক্রী কৰিবলৈ আকবৰৰ ওচৰলৈ আহিল। খুব ভাল জাতৰ ঘোঁৰা দেখি আকবৰে আটাইকেইটা ঘোঁৰা কিনিলে। সেই কেইটা ঘোঁৰা ক...

July 26, 2020 305 views
Read Story →
বুঢ়া আৰু কাজী - বীৰবলৰ সাধু

বুঢ়া আৰু কাজী - বীৰবলৰ সাধু

সম্রাট আকবৰে দৰবাৰত ৰাজ্যৰ সকলােবােৰ বিবাদ মীমাংসা কৰাটো সম্ভৱ নাছিল। সেইবাৰে ঠায়ে ঠায়ে সম্রাটে কিছুমান সৎ মানুহক বিচাৰ কৰাৰ কাৰণে নিয়ােগ কৰিছ...

July 26, 2020 281 views
Read Story →
বুঢ়ী আৰু শিলৰ মোনা - বীৰবলৰ সাধু

বুঢ়ী আৰু শিলৰ মোনা - বীৰবলৰ সাধু

আন এবাৰ বুঢ়াক ঠগিবলৈ চেষ্টা কৰাৰ দৰে কাজীজনে এগৰাকী বুঢ়ীকো একে ধৰণেৰে ঠগিব খুজিছিল। এইবাৰো হজলৈ যাবলৈ ওলাই বুঢ়ী এগৰাকীয়ে সঞ্চিত ধনৰ পৰা বাট খ...

July 26, 2020 316 views
Read Story →
কাজী আৰু পাজি - বীৰবলৰ সাধু

কাজী আৰু পাজি - বীৰবলৰ সাধু

দিল্লীৰ কাজীজনে এইদৰে হােজা মানুহক ঠগােৱাৰ কাৰণে বীৰবলে কাজীক দেখিব নােৱাৰা হ'ল। বীৰবলে কাজীজনক কামৰ পৰা আঁতৰাবলৈ এটা বুদ্ধি কৰিলে। কাজীজন...

July 26, 2020 299 views
Read Story →
বুদ্ধিৰ পৰীক্ষা - বীৰবলৰ সাধু

বুদ্ধিৰ পৰীক্ষা - বীৰবলৰ সাধু

এবাৰ বীৰবলক সম্রাট আকবৰে বিদেশৰ এখন ৰাজ্যলৈ দূত হিচাপে পঠালে। সেই ৰাজ্যৰ ৰজাই বীৰবলৰ চতুৰ বুদ্ধিৰ বহুত কাহিনী শুনিছিল। বীৰবলক কিন্তু কোনাে দিনে দ...

July 26, 2020 315 views
Read Story →
অন্ধবিশ্বাস - বীৰবলৰ সাধু

অন্ধবিশ্বাস - বীৰবলৰ সাধু

সমাজত বহুত অন্ধবিশ্বাস প্রচলিত হৈ থাকে। এবাৰ এজন মানুহক দেখিলেই সেইদিনটোত লঘােনে থাকিব লাগে বুলি এটা অন্ধবিশ্বাস চাৰিওফালে বিয়পি পৰিল। ফলত কোনাে...

July 26, 2020 296 views
Read Story →
আকবৰ আৰু ভজা মাছ - বীৰবলৰ সাধু

আকবৰ আৰু ভজা মাছ - বীৰবলৰ সাধু

এদিন আকবৰে বীৰবলক ৰাজপ্রসাদলৈ ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্রণ জনালে। অৱশ্যে সেইদিনাই নহয়, বীৰবলক প্রায়ে আকবৰে নিজৰ লগত খাবলৈ নিমন্ত্রণ কৰে। সেইদি...

July 26, 2020 302 views
Read Story →
জ্ঞানী পণ্ডিত - বীৰবলৰ সাধু

জ্ঞানী পণ্ডিত - বীৰবলৰ সাধু

এবাৰ নিজকে অতি গুণী-জ্ঞানী বুলি ভাবি গৌৰৱ কৰা এজন পণ্ডিতে আকবৰৰ দৰবাৰত উপস্থিত হৈ ক'লে– “জাহাপনা, মই বিভিন্ন ৰাজ্যত বহুত পণ্ডিতক ...

July 26, 2020 300 views
Read Story →
বীৰবলৰ টকা - বীৰবলৰ সাধু

বীৰবলৰ টকা - বীৰবলৰ সাধু

বীৰবলৰ ঘৰলৈ এদিন এজন মানুহ আহিল। মানুহজন বীৰবলৰ চিনাকি। মানুহজনে বীৰবলক জনালে যে সি বৰ বিপদত পৰিছে। এহেজাৰ টকাৰ খুব দৰকাৰ। সেইবাবে সি বীৰবলৰ পৰা ...

July 26, 2020 347 views
Read Story →
চতুৰ প্ৰতিবেশী - বীৰবলৰ সাধু

চতুৰ প্ৰতিবেশী - বীৰবলৰ সাধু

এখন গাঁৱৰ প্রতিবেশী দুটা পৰিয়ালৰ এঘৰৰ মূৰব্বীজন আছিল অতি চালাক চতুৰ। অনটো পৰিয়ালৰ মুৰব্বীজন আছিল হিচাবী লােক। আজেবাজে খৰচ নকৰে। অলপ অলপকৈ সাঁচি...

July 26, 2020 262 views
Read Story →
বুকুৰ মাংস - বীৰবলৰ সাধু

বুকুৰ মাংস - বীৰবলৰ সাধু

এবাৰ দুজন মল্ল যােদ্ধাই যুদ্ধ কৰাৰ আগতে এটা চুক্তি কৰি লৈছিল। চুক্তিটো আছিল– যিজন হাৰে সেইজনে দেহৰ এক কেজি মাংস কাটি জয়ী হােৱা জনক দিব। দু...

July 26, 2020 265 views
Read Story →
ধনী মানুহ আৰু চাৰিজন চাকৰ - বীৰবলৰ সাধু

ধনী মানুহ আৰু চাৰিজন চাকৰ - বীৰবলৰ সাধু

এজন ধনী মানুহৰ ঘৰত চাৰিজন চাকৰ আছিল। সেই চাৰিজন চাকৰেই ধনী মানুহজনৰ ঘৰত পহৰা দি তেওঁৰ বিশাল সম্পত্তি ৰক্ষা কৰি থাকে। এদিন মানুহজনৰ ঘৰত কিছুমান মূ...

July 26, 2020 333 views
Read Story →
আকবৰৰ সাঁথৰ - বীৰবলৰ সাধু

আকবৰৰ সাঁথৰ - বীৰবলৰ সাধু

দৰবাৰৰ কাম শেষ হােৱাত এদিন আকবৰে আমােদ কৰিবলৈ দৰবাৰীসকলক ক'লে – “এতিয়া মই আপােনালােকক এটা সাঁথৰ সুধিম। যিজনে সঠিক উত্তৰ কব পাৰিব...

July 26, 2020 262 views
Read Story →
আকবৰৰ আদেশ - বীৰবলৰ সাধু

আকবৰৰ আদেশ - বীৰবলৰ সাধু

আকবৰৰ দৰবাৰত দুজন গায়ক আছিল। এজনৰ নাম লাভ, আনজনৰ নাম কাপুৰ। এদিন দৰবাৰ চলি থাকোতে সামান্য কথাত বাদছাহে লাভ আৰু কাপুৰক খং কৰি সেই মুহূৰ্ততে তেওঁৰ...

July 26, 2020 264 views
Read Story →
মাতৃ প্ৰেম - বীৰবলৰ সাধু

মাতৃ প্ৰেম - বীৰবলৰ সাধু

আকবৰৰ দৰবাৰত এদিন বিচাৰ চলি আছে। তেনে অৱস্থাত দুজনী তিৰােতাই পৰস্পৰে কাজিয়া কৰি কৰি দৰবাৰত প্ৰৱেশ কৰিলে। এজনী তিৰােতাৰ কোলাত এটা সদ্যজাত কেছুৱা।...

July 26, 2020 298 views
Read Story →
আকবৰ আৰু বাদছাহী মোহৰ - বীৰবলৰ সাধু

আকবৰ আৰু বাদছাহী মোহৰ - বীৰবলৰ সাধু

সম্রাট আকবৰ আছিল মহান। তেওঁৰ ৰাজ্যত সাধাৰণ দুখীয়া প্ৰজাসকলেও সুখ শান্তিৰে থকাটো তেওঁ কামনা কৰিছিল। মন্ত্রী আৰু চোৰাংচোৱা সকলে দিয়া খবৰকে তেওঁ স...

July 26, 2020 277 views
Read Story →
বীৰবলৰ জন্তু প্ৰেম - বীৰবলৰ সাধু

বীৰবলৰ জন্তু প্ৰেম - বীৰবলৰ সাধু

বাদছাহ আকবৰে চিকাৰ কৰি ভাল পাইছিল। চিকাৰ কৰিবলৈ গ’লে তেওঁ লগত লৈ গৈছিল বীৰবলক। কিন্তু বীৰবলে চিকাৰ কৰা কামটো ভাল পােৱা নাছিল। কাৰণ চিকাৰত অকা...

July 26, 2020 284 views
Read Story →
বীৰবলৰ মজুৰি - বীৰবলৰ সাধু

বীৰবলৰ মজুৰি - বীৰবলৰ সাধু

বাদছাহ আকবৰে এদিন আবেলি ফুলনিত ঘূৰি ফুৰি আছিল। জাকমককৈ ফুলি থকা বিভিন্ন ৰঙৰ ফুলবােৰৰ শােভা চাই থাকোতে হঠাৎ আকবৰৰ চকুত পৰিল ফুলনিৰ মাজত থকা দুই এড...

July 26, 2020 319 views
Read Story →
কলহৰ ভিতৰত কোমোৰা - বীৰবলৰ সাধু

কলহৰ ভিতৰত কোমোৰা - বীৰবলৰ সাধু

আকবৰ বাদছাহৰ দৰবাৰত চতুৰ বীৰবলে অতি কঠিন সমস্যাৰ সমাধান কৰি নিজৰ বৌদ্ধিক প্রতিভা আৰু বিচক্ষণতাৰ পৰিচয় দিয়াৰ কথা ভাৰতৰ বাহিৰৰ ৰজা সকলৰ মাজতাে বিয়...

July 26, 2020 319 views
Read Story →
আকবৰৰ পৰশমনি - বীৰবলৰ সাধু

আকবৰৰ পৰশমনি - বীৰবলৰ সাধু

বাদছাহ আকবৰে পৰশমনি পােৱা বুলি এবাৰ দিল্লীত প্রচাৰ হ’ল। ক্রমে ক্রমে সেই গুজব চাৰিওফালে বিয়পি পৰিল। অৱশেষত এই বাতৰি ভাৰতৰ বাহিৰতো প্ৰচাৰ হ&rs...

July 26, 2020 308 views
Read Story →
বীৰবলৰ সময়ৰ মূল্য - বীৰবলৰ সাধু

বীৰবলৰ সময়ৰ মূল্য - বীৰবলৰ সাধু

এদিন আকবৰে বীৰবলক ক'লে– “মই যােৱা দিনবােৰৰ ভিতৰত বেছিভাগ দিনতে তােমাক কিবা নহয় কিবা দিছোঁ। আজি মই সেই সকলােবােৰ ফিৰাই পাব বিচাৰোঁ।...

July 26, 2020 314 views
Read Story →
বীৰবলৰ সাধু

বীৰবলৰ সাধু

           এবাৰ সম্ৰাট আকবৰৰ ৰাজসভাৰ এজন পাৰিসদৰ ঘৰত এটা সোণৰ মোহৰ চুৰি হ'ল । পাৰিসদজনৰ ঘৰত থকা চাৰিজন ভৃত্যৰ ক...

July 31, 2020 369 views
Read Story →